ভাৰতবৰ্ষৰ শক্তি যোগান কাৰী উদ্যোগসমূহৰ অগ্ৰণী ঔদ্যোগিক প্ৰতিষ্ঠান ছু-কাম পাৱাৰ ছিষ্টেম লিমিটেডে ভাৰতীয় সেনাবাহিনীৰ অন্তৰ্গত আছাম ৰাইফলছৰ উত্তৰ-পূব প্ৰান্তৰ বিভিন্ন এলেকা ইনষ্টল কৰিছে ১.৩ মেগাৱাটতকৈও অধিক সৌৰশক্তি PV পদ্ধতি। এই প্ৰকল্পক ছু-কামৰ জৰিয়তে পুৰস্কৃত কৰিছিল ৰাজস্থান ইলেকট্ৰনিকচ আৰু ইনষ্ট্ৰুমেণ্ট লিমিটেডে(REIL)। মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা, মিজোৰাম আৰু অসমত থকা আছাম ৰাইফলছৰ দূৰৱৰ্তী বিভিন্ন মূখ্য ঠাইসমূহত ইয়াৰ যোগান স্থাপন, দায়িত্ব ন্যস্ত আৰু অফ-গ্ৰীড সৌৰশক্তি পদ্ধতিৰ তত্ত্বাৱধাৱধানৰ বাবে এই প্ৰকল্পক প্ৰয়োজন ছু-কামৰ। দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলত থকা ভাৰতীয় সেনাবাহিনীৰ মুখ্য কাৰ্যালয়সমূহত বিদ্যুত শক্তি যোগান ধৰিবলৈ ছু-কামৰ দ্বাৰা হাতত লোৱা প্ৰথমটো প্ৰকল্পই আছিল এই আছাম ৰাইফলছ প্ৰকল্প।

উৎসঃ অসমীয়া প্ৰতিদিন