সৌৰ চাকি হ’ল সৌৰশক্তি ব্যৱহৃত কাৰিকৰী কৌশলৰ এক সাধৰণ প্ৰয়োগ যাৰ গ্ৰহণযোগ্যতা অনিয়মিত শক্তি যোগান আৰু শক্তিৰ নাটনি থকা পিছপৰা অঞ্চল সমূহত পাব পাৰি৷ ইয়াৰ সহজ প্ৰযুক্তিবিদ্যাৰ বাবে চহৰ অঞ্চলসমূহতো পাৱাৰ কাট অৱস্থাত এক বিকল্প হিচাপে মানুহে এই সৌৰচাকিসমূহক গ্ৰহণ কৰে৷ সৌৰচাকিয়ে কিদৰে কাম কৰে?এটা সৌৰচাকি তিনিটা মূখ্য উপাদানৰ সৈতে গঠিত- সৌৰ পিভি পেনেল, শক্তিশালী বেটাৰী আৰু লেম্প৷ ইয়াৰ চালনা অতি সহজ৷ এচপিভি পেনেলৰ দ্বাৰা সৌৰশক্তি বিদ্যুত শক্তিলৈ ৰুপান্তৰ হয় আৰু ৰাতিৰ সময়ৰ ব্যৱহাৰৰ বাবে এটা ভাৱে ৰখা খালী বেটাৰীত সঞ্চয় হয়৷ একক চাৰ্জে প্ৰায় ৪-৫ ঘন্টা এটা লেম্প সঞ্চালন কৰিব পাৰে৷ উৎস: আইএনডিজি দল