এই বায়’গেছ প্লেন্টৰ লাভালাভ বায়’গেছ প্লেন্টটোৰ নিৰ্মাণ খৰচ কম। এইটো ঘৰতে নিৰ্মাণ কৰি লব পৰা যায়। যিকোনো সময়ত এই বায়’গেছৰ ক্ষমতা বৃদ্ধি কৰিব পৰা যায়। কেঁচা সামগ্ৰী হিচাপে ৰান্ধনি ঘৰৰ বৰ্জিত বস্তুও ব্যৱহাৰ কৰিব পৰা যায়। টোকা : এইটো কেৱল পৰীক্ষা-নিৰিক্ষা কৰিবলৈ কৰা এটা ধাৰণা আৰু ইয়াক প্ৰয়োগ কৰা হোৱা নাই। উৎস: আইএনডিজি দল