নব্য আৰু পুনঃসক্ৰিয়কৰণ শক্তি পৰিষদে 11 তম বাষিৰ্ক পৰিকল্পনাৰ ভিতৰত ৰাষ্ট্ৰত 14,000 মেগাৱাট পুনঃসক্ৰিয়কৰণ শক্তি নিৰ্ভৰ গ্ৰীড পাৱাৰ জেনেৰেচন প্লেন স্থাপনৰ লক্ষ্য লৈছে৷ চৰকাৰে জৱাহৰলাল নেহৰু নেচনেল চ’লাৰ মিছনক গ্ৰীড পাৱাৰৰ প্ৰচলন সক্ষম কৰিব পৰাকৈ সৌৰ শক্তিৰ কাৰীকৰি কৌশলসমূহ প্ৰতিযোগীতামূলক কৰিবলৈ অনুমতি দিছে৷ এই মিছনে 20 মিলিয়ন সৌৰ লাইট অন্তভূৰ্ক্ত কৰি 20,000 মেগাৱাট গ্ৰীড চ’লাৰ পাৱাৰ আৰু 2,000 মেগাৱাট অফ-গ্ৰীড পাৱাৰ স্থাপনৰ লক্ষ্য হাতত লৈছে৷ অতিৰিক্তভাৱে, 2022 চনৰ ভিতৰত 20 মিলিয়ন বগৰ্মিটাৰ এলেকা তাপ সংগ্ৰহ কৰা এলেকা হিচাপে স্থাপনৰ লক্ষ্য হাতত লৈ থৈছে৷ চৰকাৰে 2012-13 চনত প্ৰথম স্তৰত 1,100 মেগাৱাট গ্ৰীড সংযোগীত সৌৰ পদ্ধতি আৰু 200মেগাৱাট ক্ষমতাৰ অফ-গ্ৰীড সৌৰ শক্তি ব্যৱহাৰৰ পদ্ধতি স্থাপনৰ লক্ষ্যৰ অনুমোদন জনাইছে৷ অতিৰিক্ত ভাৱে, মিছনে মূল্য হ্ৰাস, সক্ষমতা বৃদ্ধি আৰু মুঠৰ ওপৰত সৌৰ শক্তিৰ সকলো প্ৰকাৰৰ দক্ষতা প্ৰকাশ আৰু নতুন সামগ্ৰীসমূহৰ ব্যৱহাৰ পৰিকল্পনা উন্নীত কৰিবৰ বাবে গবেষণা আৰু উন্নয়নমূলক কামত সহাঁৰি জনাইছে। এই তথ্য আজি নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰ ড. ফাৰুক আব্দুলা দেবে ৰাজ্যসভালৈ দিয়া এক লিখিত প্ৰতিবেদন৷ নব্য আৰু পুনঃসক্ৰিয়কৰণ শক্তি পৰিষদে 11 তম বাষিৰ্ক পৰিকল্পনাৰ ভিতৰত ৰাষ্ট্ৰত 14,000 মেগাৱাট পুনঃসক্ৰিয়কৰণ শক্তি নিৰ্ভৰ গ্ৰীড পাৱাৰ জেনেৰেচন প্লেন স্থাপনৰ লক্ষ্য লৈছে ৷ চৰকাৰে জৱাহৰলাল নেহৰু নেচনেল চ’লাৰ মিছনক গ্ৰীড পাৱাৰৰ প্ৰচলন সক্ষম কৰিব পৰাকৈ সৌৰ শক্তিৰ কাৰীকৰি কৌশলসমূহ প্ৰতিযোগীতামূলক কৰিবলৈ অনুমতি দিছে৷ এই মিছনে 20 মিলিয়ন সৌৰ লাইট অন্তভূৰ্ক্ত কৰি 20,000 মেগাৱাট গ্ৰীড চ’লাৰ পাৱাৰ আৰু 2,000 মেগাৱাট অফ-গ্ৰীড পাৱাৰ স্থাপনৰ লক্ষ্য হাতত লৈছে৷ অতিৰিক্তভাৱে, 2022 চনৰ ভিতৰত 20 মিলিয়ন বগৰ্মিটাৰ এলেকা তাপ সংগ্ৰহ কৰা এলেকা হিচাপে স্থাপনৰ লক্ষ্য হাতত লৈ থৈছে৷ চৰকাৰে 2012-13 চনত প্ৰথম স্তৰত 1,100 মেগাৱাট গ্ৰীড সংযোগীত সৌৰ পদ্ধতি আৰু 200মেগাৱাট ক্ষমতাৰ অফ-গ্ৰীড সৌৰ শক্তি ব্যৱহাৰৰ পদ্ধতি স্থাপনৰ লক্ষ্যৰ অনুমোদন জনাইছে৷ অতিৰিক্ত ভাৱে, মিছনে মূল্য হ্ৰাস, সক্ষমতা বৃদ্ধি আৰু মুঠৰ ওপৰত সৌৰ শক্তিৰ সকলো প্ৰকাৰৰ দক্ষতা প্ৰকাশ আৰু নতুন সামগ্ৰীসমূহৰ ব্যৱহাৰ পৰিকল্পনা উন্নীত কৰিবৰ বাবে গবেষণা আৰু উন্নয়নমূলক কামত সহাঁৰি জনাইছে। এই তথ্য আজি নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি মিনিষ্টাৰ ড. ফাৰুক আব্দুলা দেবে ৰাজ্যসভালৈ দিয়া এক লিখিত প্ৰতিবেদন৷ উৎস: আইএনডিজি দল।