নিৰ্বাচিত উত্তম-ব্যৱহাৰ পানীৰ শ্ৰেণী গুণাগুণ পৰম্পৰাগত শোধনৰ অবিহনে খোৱা পানীৰ উত্স, কিন্তু বীজাণু নাশ কৰাৰ পিছত A থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০ অথবা অধিক হ’ব পাৰে৷pHৰ মাত্ৰা ৬.৫ আৰু ৮.৫ ৰ মাজৰদ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৬ মিলিগ্ৰাম অথবা অধিক হ’ব পাৰে৷২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ২মিলিগ্ৰাম বা তাতোকৈ অধিক৷ বাহিৰত গা-ধোৱা (নিয়ন্ত্ৰিত) B থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০০ অথবা কম pH ৬.৫ৰ পৰা ৮.৫ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৫ মিলিগ্ৰাম অথবা অধিক৷২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷ পৰম্পৰাগত শোধন আৰু বিজাণু নাশৰ পিচত খোৱা পানীৰ উত্স C থাকিব পৰা মুঠ জীৱাণু MPN/১০০ মিলিলিটাৰত ৫০০০ অথবা pH ৬ৰ পৰা ৯ কম দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিক২০ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত ৫ দিনত জৈৱ ৰাসায়নিক অক্সিজেন প্ৰতি লিটাৰত ৩মিলিগ্ৰাম বা তাতোকৈ অধিক৷ বনৰীয়া জীৱ-জন্তু আৰু মত্স্য পালনৰ লগত জড়িত D pH ৬.৫ ৰ পৰা ৮.৫ ৰ মাজৰ দ্ৰবীভূত অক্সিজেন প্ৰতি লিটাৰত ৪মিলিগ্ৰাম অথবা অধিকমুক্ত এম’নিয়া (N হিচাপে) প্ৰতি লিটাৰত ১.২ মিলিগ্ৰাম অথবা অধিক পানী যোগান, উদ্যোগিক শীতলকৰণ, পেলনীয়া উটুৱাই নিয়া E pH ৬.০ৰ পৰা ৮.৫ ৰ মাজত২৫ ডিগ্ৰী ছেণ্টিগ্ৰেড উষ্ণতাত বিদ্যুত পৰিবাহীতা প্ৰতি ছেণ্টিমিটাৰত সৰ্ব্বোচ ২২৫০ micro mhosছডিয়াম শোষণৰ সৰ্ব্বোচ ২৬বৰণ সৰ্ব্বোচ প্ৰতি লিটাৰত ২ মিলিগ্ৰাম E-তলৰ A, B, C, D আৰু E ৰ গুণাগুণ নথকা উৎস: আইএনডিজি দল।